ଅର୍ଥ : বেয়া বা নিকৃষ্ট বস্তুৰ দʼম
ଉଦାହରଣ :
দেৱালীৰ সময়ত ঘৰে-ঘৰে জাবৰ-জোথৰ চফা কৰা হয়
ସମକକ୍ଷ : আৱর্জ্্না, জাবৰ-জোঁজথৰ
ଅର୍ଥ : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
ଉଦାହରଣ :
তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
ସମକକ୍ଷ : জাবৰ-জোথৰ
ଅର୍ଥ : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
ଉଦାହରଣ :
জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
ସମକକ୍ଷ : জাবৰ-জোথৰ