ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জাপানৰ অধিবাসী
ଉଦାହରଣ : ভালেমান জাপানী মোৰ ভাল বন্ধু
ସମକକ୍ଷ : জাপানবাসী
ଅର୍ଥ : যি লিপিত জাপানী ভাষা লিখা হয়
ଉଦାହରଣ : ৰূপাই জাপানীত লিখা-পঢ়া কৰিব পাৰে
ସମକକ୍ଷ : জাপানী-লিপি
ଅର୍ଥ : জাপান দেশৰ ভাষা
ଉଦାହରଣ : ৰামে জাপানী কʼব পাৰে
ଅର୍ଥ : জাপানত বসবাস কৰা
ଉଦାହରଣ : জাপানীসকল বৰ পৰিশ্রমী
ଅର୍ଥ : জাপানৰ বা জাপানৰ সৈতে সম্বন্ধ থকা
ଉଦାହରଣ : জাপানী বস্তু সস্তা, ধুনীয়া আৰু দী্র্ঘম্যাদী হয়
ସଂସ୍ଥାପନ କରନ୍ତୁ