ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জাক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জাক   বিশেষ্য

ଅର୍ଥ : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে

ଉଦାହରଣ : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল

ସମକକ୍ଷ : জুম

ଅର୍ଥ : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ

ଉଦାହରଣ : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল

ସମକକ୍ଷ : পাল, সমুদায়, সমূহ

ଅର୍ଥ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

ଉଦାହରଣ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

ସମକକ୍ଷ : গণ, গোট, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

ଅର୍ଥ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ

ଉଦାହରଣ : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে

ସମକକ୍ଷ : দল