ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : আভূষণ আদিত লগোৱা এবিধ বহুমূলীয়া উজ্জ্বল খনিজ পদার্থ
ଉଦାହରଣ : হীৰা, পান্না, মুকুতা আদি মূল্যৱান ৰত্ন
ସମକକ୍ଷ : জহৰৎ, বাখৰ, মাণিক, মাণিক্য, ৰতন, ৰত্ন, ৰত্নমণি, ৰত্নমাণিক
ଅର୍ଥ : হীৰা, পান্না, মুকুতা আদি ৰত্ন সমূহ
ଉଦାହରଣ : ৰাজমুকুটত ৰত্নমণিক খচিত হৈ আছে
ସମକକ୍ଷ : ৰত্নমণিক
ସଂସ୍ଥାପନ କରନ୍ତୁ