ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু আদিৰ গুণ-দোষ চিনাক্ত কৰিব পৰা ব্যক্তি
ଉଦାହରଣ : আমাৰ শিক্ষাগুৰু এজন ভাল জহুৰী, তেখেতে কোনো ব্যক্তিৰ আদব-কায়দা চাই তেওঁৰ মহত্ত্বৰ বিষয়ে কʼব পাৰে
ଅର୍ଥ : যিয়ে ৰত্ন আদিক ভালদৰে পৰীক্ষা কৰে
ଉଦାହରଣ : এজন ভাল জহুৰী লগত লৈহে ৰত্ন আদি আচল নে নকল চিনিব পাৰি
ସମକକ୍ଷ : জহৰী
ସଂସ୍ଥାପନ କରନ୍ତୁ