ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জল   বিশেষ্য

ଅର୍ଥ : পৃথিৱীৰ যি ভাগত পানী থাকে

ଉଦାହରଣ : পৃথিৱীৰ প্রায় এক তৃতীয়াংশই জলীয় ধৰাতলেৰে আগুৰি আছে

ସମକକ୍ଷ : জলীয় ধৰাতল, জলীয়-ধৰাতল

ଅର୍ଥ : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়

ଉଦାହରଣ : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী

ସମକକ୍ଷ : অপ, অম্বু, অম্ভ, উদক, নীৰ, পানী, পয়, বাৰি, সলিল