ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : তৰল পদার্থ ্কোনো ঠাইত গোট খোৱা কার্য
ଉଦାହରଣ : পাহাৰত বৰফ জমিছে
ଅର୍ଥ : কোনো এক পদার্থ আন ্পদার্থৰ ওপৰত গভীৰভাৱে বহি যোৱা কার্য
ଉଦାହରଣ : ছাদৰ চিৰিত শেলাই জমিছে
ଅର୍ଥ : ৰখা বা জমা কৰা হোৱা
ଉଦାହରଣ : জমা ধনৰ ব্যৱহাৰ বিপত্তিৰ সময়ত কৰা হয়
ସମକକ୍ଷ : জমাকৃত
ଅର୍ଥ : ৰাখি থোৱা
ଉଦାହରଣ : দোকানীজনে জমা মালবস্তুবোৰ দুগুণ দামত বেছি আছে
ଅର୍ଥ : একে ঠাইতে গোটোৱা বা একেলগ কৰা
ଉଦାହରଣ : এই বছৰ স্নান-মেলাত একত্রিত হোৱা মানুহৰ মাজত খুউব হুলস্থূল হৈছিল
ସମକକ୍ଷ : একত্র, একত্রিত
ସଂସ୍ଥାପନ କରନ୍ତୁ