ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য
ଉଦାହରଣ : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া
ସମକକ୍ଷ : ঘূৰোৱা, নুৰিওৱা, পকোৱা, মেৰিওৱা
ଅର୍ଥ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি
ଉଦାହରଣ : ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়
ସମକକ୍ଷ : বন্ধ কৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ