ଅର୍ଥ : কোনো লোকৰ জন্ম হোৱা ঠাই বা দেশ অথবা যি ঠাই বা দেশত কোনো লোকৰ জন্ম হৈছে
ଉଦାହରଣ :
জন্মভূমিৰ ৰক্ষা কৰাটো আমাৰ সকলোৰে পৱিত্র ্কর্তব্য
ସମକକ୍ଷ : জনমভূমি, জন্ম স্থান, জন্মথলী, জন্মভূমি, মাতৃভূমি
ଅର୍ଥ : যি স্থানত কাৰোবাৰ জন্ম হয়
ଉଦାହରଣ :
এই প্রপত্রত আপুনি অপোনাৰ জন্ম স্থানো লিখা ৰামৰ জন্মস্থান অযোধ্যা
ସମକକ୍ଷ : জন্মভূমি