ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক
ଉଦାହରଣ : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল
ସମକକ୍ଷ : জন, জন-সাধাৰণ, প্রজা, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰাইজ, ৰায়ত
ଅର୍ଥ : পৃথিৱীত থকা লোক
ଉଦାହରଣ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
ସମକକ୍ଷ : জগত, জনতা, বিশ্ব, লোক, সংসাৰ, ৰাইজ
ଅର୍ଥ : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : জনগন, জনতা, প্রজা
ସଂସ୍ଥାପନ କରନ୍ତୁ