ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ
ଉଦାହରଣ : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে
ସମକକ୍ଷ : কিম্বদন্তি, জনপ্রবাদ, জনৰৱ, প্রবাদ
ଅର୍ଥ : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি
ଉଦାହରଣ : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়
ସମକକ୍ଷ : জনপ্রবাদ, লোক-কথা, লোকোক্তি
ଅର୍ଥ : যিটো মানুহৰ মাজত প্রচলিত হৈ আছে
ଉଦାହରଣ : মোহনে জনশ্রুতিবোৰ বৰ মনোযোগেৰে শুনে
ସମକକ୍ଷ : জন-শ্রুতি, লোক-কথা, লোককথা
ଅର୍ଥ : যিটো কাণ বাগৰি আহিছে
ଉଦାହରଣ : মোৰ নিৰক্ষৰ আইতাই আমাক শ্রুতি কথা শুনাইছিল
ସମକକ୍ଷ : কিংবদন্তি, শ্রুতি, শ্রুতি-কথা
ସଂସ୍ଥାପନ କରନ୍ତୁ