ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ জনপ্রবাদ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

জনপ্রবাদ   বিশেষ্য

ଅର୍ଥ : মানুহৰ মাজত প্রচলিত নি্র্ভৰযোগ্য আধাৰ নথকা কিছুমান কথা বা খবৰ

ଉଦାହରଣ : কেতিয়াবা কেতিয়াবা জনশ্রুতিয়ে মানুহৰ মনত ভ্রমৰ সৃষ্টি কৰিব পাৰে

ସମକକ୍ଷ : কিম্বদন্তি, জনশ্রুতি, জনৰৱ, প্রবাদ

ଅର୍ଥ : লোক পৰম্পৰা অনুসৰি চলি অহা কথা, কিন্তু যাৰ কোনো সঠিক বা যাৱতীয় প্রমাণ নাথাকে

ଉଦାହରଣ : এই মন্দিৰটোক লৈ ভালেমান লোককথা প্রচলিত হৈ আহিছে

ସମକକ୍ଷ : কিম্বদন্তী, লোককথা, লোকপ্রবাদ

ଅର୍ଥ : বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি

ଉଦାହରଣ : জনশ্রুতিৰ প্রয়োগে ভাষাৰ কালিকা বঢ়ায়

ସମକକ୍ଷ : জনশ্রুতি, লোক-কথা, লোকোক্তি