ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মানুহৰ সমষ্টি বা সমূহ
ଉଦାହରଣ : নেতাজীৰ ভাষণ শুনিবলৈ বিশাল ৰাইজ উপচি পৰিল
ସମକକ୍ଷ : জনগণ, জনসমষ্টি, জনসমাজ, জনসমাবেশ, জনসমুদ্র, জনসমূহ, মানৱসমাজ, লোকসমষ্টি, ৰাইজ
ଅର୍ଥ : কোনো সাধাৰণ ৰুচি, মহত্ত্ব ৰখা মানৱ সমূদায়
ଉଦାହରଣ : ছাত্রাবাসৰ সূচনা-ফলকত ছাত্রাবাসৰ জনতাৰ বাবে সূচনা লগোৱা আছে পাঠক ৰাইজৰ অনুৰোধ যে পুথি্ভঁ্ৰালত যেন হুলস্থুল নকৰে
ସମକକ୍ଷ : জনমানস, ৰাইজ
ଅର୍ଥ : এজনতকৈ অধিক ব্যক্তি
ଉଦାହରଣ : জনতাৰ মংগলৰ অর্থে ্কাম কৰা উচিত
ସମକକ୍ଷ : জনগণ, জনমানস, লোক
ଅର୍ଥ : পৃথিৱীত থকা লোক
ଉଦାହରଣ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
ସମକକ୍ଷ : জগত, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ
ଅର୍ଥ : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : জনগন, জনসাধাৰণ, প্রজা
ସଂସ୍ଥାପନ କରନ୍ତୁ