ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : অৱতাৰ, আৱির্ভাৱ, উদ্ভৱ, উপজনন, উৎপত্তি, ওপজা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ
ଅର୍ଥ : টোপনিৰ পৰা উঠা কার্য
ଉଦାହରଣ : পুৱা পঁাচ বজাতেই সি শুই উঠিল কোর্হাল শুনি ্ কেঁচুৱাটোৱে সাৰ পালে
ସମକକ୍ଷ : উঠা, শুই উঠা, সাৰ পোৱা
ଅର୍ଥ : পশুৰ গর্ভৰ ্ পৰা পোৱালি হোৱা বা ওলোৱা
ଉଦାହରଣ : পুৱাতে গাইজনীৰ এটা পোৱালি জগিল
ସମକକ୍ଷ : জনন কৰা, জন্ম দিয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ