ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সংসাৰ বা ভূমণ্ডলৰ বিশেষ হিচাপে গণ্য কৰা এক ভাগ
ଉଦାହରଣ : পোক-পতঙ্গৰ এখন বেলেগ জগত আছে
ସମକକ୍ଷ : দুনীয়া, বিশ্ব, সংসাৰ
ଅର୍ଥ : পৃথিৱীত থকা লোক
ଉଦାହରଣ : মহাত্মা গান্ধীক সকলো জনতাই সন্মান কৰে
ସମକକ୍ଷ : জনতা, জনসাধাৰণ, বিশ্ব, লোক, সংসাৰ, ৰাইজ
ଅର୍ଥ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো
ଉଦାହରଣ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব
ସମକକ୍ଷ : ইহজগত, ইহলোক, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱী, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি
ଅର୍ଥ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
ଉଦାହରଣ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
ସମକକ୍ଷ : ইহজগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
ସଂସ୍ଥାପନ କରନ୍ତୁ