ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দোষ উলিওৱা ব্যক্তি
ଉଦାହରଣ : দোষ-খোচৰাৰ দৃষ্টিৰ পৰা অতি সৰু কথাও সাৰি নাযায়
ସମକକ୍ଷ : ছিদ্রান্বেষক, দোষ-খোচৰা
ଅର୍ଥ : আনৰ দোষ বিচাৰিফুৰোঁতা
ଉଦାହରଣ : দোষ-খোচৰা ব্যক্তিয়ে নিজৰ বেয়া স্বভাৱৰ বিষয়ে সদায় অজ্ঞতা প্রকাশ কৰে
ସମକକ୍ଷ : দোষ-খোচৰা, দোষদর্শী
ସଂସ୍ଥାପନ କରନ୍ତୁ