ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ফল, বীজ আদিৰ আৱৰণ
ଉଦାହରଣ : গাইজনীয়ে কলৰ বাকলি ছোবাই আছে
ସମକକ୍ଷ : ত্বক, বল্কল, বাকল, বাকলি
ଅର୍ଥ : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???
ଉଦାହରଣ : শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত
ସମକକ୍ଷ : চর্ম, ত্বক ্ চাম
ଅର୍ଥ : উদ্ভিদৰ গা-গছ, ডাল আদিৰ ওপৰৰ আৱৰণ
ଉଦାହରଣ : কোনো কোনো গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়
ସମକକ୍ଷ : গছৰ ছাল, গছৰ বাকলি, নিকৰ, বল্ক, বল্কল, বাকলি, বৃক্ষত্বক
ଅର୍ଥ : মৃত পশুৰ চেলোৱা ছাল, যিহেৰে জোতা আদি তৈয়াৰ কৰা হয়
ଉଦାହରଣ : তেওঁ ্ চামৰাৰ কাম কৰে
ସମକକ୍ଷ : চর্ম, চামৰা, ্ লেডাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ