ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰং আৰু ৰেখাৰে অঁ্কা কোনো বস্তু আদিৰ ্ দর্শনীয় ৰূপ
ଉଦାହରଣ : কলা নিকেতনত মকবুল ফিদা হুছেইনৰ চিত্র ্ প্রদর্শনী হৈ আছে
ସମକକ୍ଷ : চিত্র, পেইণ্টিং
ଅର୍ଥ : কোনো বস্তু, ব্যক্তি আদিক যেনে আছে তেনে ধৰণে তৈয়াৰ কৰা প্রতিকৃতি
ଉଦାହରଣ : তেওঁ নিজৰ কোঠাত মহাপুৰুষৰ ফটো লগাই থৈছে
ସମକକ୍ଷ : চিত্র, ফটো
ଅର୍ଥ : চকুৰ সন্মুখত থকা পদার্থ, ্ ঘটনা বা ঠাই
ଉଦାହରଣ : সূর্যাস্তৰ দৃশ্য বৰ ধুনীয়া আছিল বৰষুণৰ কাৰণে বাহিৰৰ ছবিখন অস্পষ্ট হৈ আছিল
ସମକକ୍ଷ : দৃশ্য, পট
ଅର୍ଥ : কোনো বস্তুৰ যি প্রতিকৃতিক কোনো কথন, বিবেচন, বিবৰণ আদিক স্পষ্ট কৰিবৰ বাবে উপস্থাপিত কৰা হয়
ଉଦାହରଣ : চিত্রৰ সহায়ত পঢ়ালে শিশুৰ সহজে বোধগম্য হয়
ସମକକ୍ଷ : চিত্র
ସଂସ୍ଥାପନ କରନ୍ତୁ