ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ছপোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ছপোৱা   ক্ৰিয়া

ଅର୍ଥ : চিয়াঁহী, ৰং আদিৰ সহায়ত এটা বস্তুক আন এটা বস্তুৰ ওপৰত হেঁ্চা দি তাৰ আকৃতি গঢ়া

ଉଦାହରଣ : নির্বাচনী প্রচাৰকসকলে ঠায়ে ঠায়ে দেৱালত নির্বাচনী প্রতীক ছাপ মাৰিছে

ସମକକ୍ଷ : ছাপ দিয়া, ছাপ মৰা

ଅର୍ଥ : চিহ্নিত বা অংকিত হোৱা

ଉଦାହରଣ : লেফাফাটোৰ ওপৰত ডাকঘৰৰ মোহৰ ছপাইছে

ଅର୍ଥ : ছপাযন্ত্র আদিত ছপা কৰা

ଉଦାହରଣ : তেওঁ নতুন কিতাপ ছপাইছে

ସମକକ୍ଷ : মুদ্রিত হোৱা

ଅର୍ଥ : ছপাৰ কাম আনৰ দ্বাৰা কৰোৱা

ଉଦାହରଣ : তেওঁ এশখন নিমন্ত্রণী পত্র ছপোৱালে