ଅର୍ଥ : ৰাজচিহ্নৰ ৰূপত লগোৱা ৰজা আদিৰ ওপৰত লগোৱা ডাঙৰ ছাটি
ଉଦାହରଣ :
প্রাচীন কালত ছত্রপতি ৰজাই ছত্র ধাৰণ কৰিছিল
ଅର୍ଥ : দেৱতাৰ মূর্তিৰ ওপৰত লগোৱা ধাতুৰ ছাটি
ଉଦାହରଣ :
এই মন্দিৰৰ প্রত্যেক মূর্তিৰ ওপৰত সোণৰ ছত্র লগোৱা আছে
ଅର୍ଥ : ৰʼদ-বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে ধাতু বা কাঠৰ নাল লগাই কাপোৰ আদিৰে তৈয়াৰ কৰা এক আচ্ছাদন
ଉଦାହରଣ :
বৰষুণত তিতাৰ পৰা ৰক্ষা পাবৰ কাৰণে মানুহে ছাতি লয়
ସମକକ୍ଷ : ছাতি