ଅର୍ଥ : কোনো তৰল পদার্থ ছটিওৱা কার্য
ଉଦାହରଣ :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
ସମକକ୍ଷ : সিঁচা
ଅର୍ଥ : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
ଉଦାହରଣ :
আঞ্জাত নিমখ ছটিয়াই দিয়া
ସମକକ୍ଷ : ছটিয়াই দিয়া
ଅର୍ଥ : পানী ছটিওৱা কার্য
ଉଦାହରଣ :
ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
ସମକକ୍ଷ : ছটিয়াই দিয়া
ଅର୍ଥ : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা
ଉଦାହରଣ :
ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে
ସମକକ୍ଷ : বর্ষণ ্কৰা
ଅର୍ଥ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
ଉଦାହରଣ :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
ସମକକ୍ଷ : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা