ଅର୍ଥ : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা
ଉଦାହରଣ :
তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে
ଅର୍ଥ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
ଉଦାହରଣ :
সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
ସମକକ୍ଷ : চৰা
ଅର୍ଥ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
ଉଦାହରଣ :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
ସମକକ୍ଷ : টনা
ଅର୍ଥ : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা
ଉଦାହରଣ :
ঢোলবাদকে ঢোল চৰাইছে
ଅର୍ଥ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
ଉଦାହରଣ :
সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
ସମକକ୍ଷ : অভিলেপ কৰা, লগোৱা