ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চৰিত্রহীন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চৰিত্রহীন   বিশেষণ

ଅର୍ଥ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট

ଉଦାହରଣ :

ସମକକ୍ଷ : কামুক, খেচেৰা, খেচৰ, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা

ଅର୍ଥ : বেয়া ব্যৱহাৰ কৰোতা বা যাৰ কোনো বেয়া স্বভাৱ আছে

ଉଦାହରଣ : তুমি ্তেওঁৰ লগ এৰি দিয়া, কিয়নো তেওঁ চৰিত্রহীন লোক

ସମକକ୍ଷ : কু-চৰিত্র, কুচৰিত্র, বেয়া-চৰিত্র

ଅର୍ଥ : যিজন বেয়া বা নিন্দনীয় চৰিত্রৰ

ଉଦାହରଣ : চৰিত্রহীন ব্যক্তি সমাজৰ অভিশাপ স্বৰূপ

ସମକକ୍ଷ : দুশ্চৰিত্র, দুৰাচাৰী, ভ্রষ্টাচাৰী