ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চৰা   ক্ৰিয়া

ଅର୍ଥ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা

ଉଦାହରଣ : সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে

ସମକକ୍ଷ : চৰোৱা

ଅର୍ଥ : স্বৰ তীব্র হোৱা

ଉଦାହରଣ : গায়িকাৰ স্বৰ বহুত ওপৰত উঠিছে

ସମକକ୍ଷ : ওপৰত উঠা

ଅର୍ଥ : পশুৱে পথাৰ বা খেতি আদিত থকা ঘাঁহ আদি খোৱা কার্য

ଉଦାହରଣ : গাইজনী পথাৰত চৰি আছে

চৰা   বিশেষণ

ଅର୍ଥ : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়

ଉଦାହରଣ : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত

ସମକକ୍ଷ : উচ্চ, ওখ, ওখ-পাখ, টিং, শিখৰ