ଅର୍ଥ : চৰ-চৰ শ্্ব্দ কৰি ভঙা কার্য
ଉଦାହରଣ :
শ্যামে দুৰ্বল খাটখন চৰচৰা কৰি ভাঙিলে
ସମକକ୍ଷ : চৰচৰ কৰি ভঙা
ଅର୍ଥ : সাপ বা কোনো পোক-পতঙ্গ বগাই যোৱা কার্য
ଉଦାହରଣ :
মোট সলাবৰ কাৰণে সাপটোৱে চৰচৰায় আছে
ସମକକ୍ଷ : চৰ-চৰোৱা
ଅର୍ଥ : চৰচৰ শ্্ব্দ কৰি ভাঙি যোৱা
ଉଦାହରଣ :
গছৰ তলৰ পৰা আঁতৰি যোৱা, ডালটোৱে চৰচৰাই আছে