ଅର୍ଥ : কোনো বস্তু বা কামৰ ৰক্ষণাবেক্ষণ কৰাৰ হেতু কৰা কোনো কার্য ্বা ভাব
ଉଦାହରଣ :
ভালদৰে চোৱা-চিতা কৰা বস্তু বহুদিনলৈকে ভালে থাকে
ସମକକ୍ଷ : তদাৰক-তদবিৰ, দেখা-শুনা
ଅର୍ଥ : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
ଉଦାହରଣ :
এই কামটোৰ তদাৰক ৰামে কৰিছে
ସମକକ୍ଷ : তদাৰক, নিৰীক্ষণ, পর্যবেক্ষণ