ଅର୍ଥ : কোনো ব্যক্তি বা পদার্থ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ জ্ঞান লাভ কৰা
ଉଦାହରଣ :
শ্যামে তধা লাগি মহাত্মা গান্ধীৰ ফটোখন চাই আছিল
ସମକକ୍ଷ : চাই থকা
ଅର୍ଥ : কোনো বস্তু ইফাল-সিফাল বা নষ্ট নহʼবলৈ তাৰ ওপৰত ধ্যান ৰখা
ଉଦାହରଣ :
চৌকাটোত উঠাই দিয়া গাখীৰখিনি চোৱা, পৰি নাযায় যাতে
ସମକକ୍ଷ : ধ্যান দিয়া
ଅର୍ଥ : কোনো বস্তু আদিৰ বিষয়ে নিশ্চিত হোৱা
ଉଦାହରଣ :
মই ৰাতিপুৱা ওলোৱাৰ আগতে কোঠাৰ দর্জা-খিৰিকি বন্ধ কৰিলো নে নাই চাই লওঁ
ଅର୍ଥ : কোনো বস্তু আদিৰ বিষয়ে খবৰ কৰা
ଉଦାହରଣ :
চোৱাচোন ৰেলখন সঠিক সময়ত চলি আছে নে নাই