ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চেপা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চেপা   ক্ৰিয়া

ଅର୍ଥ : গধুৰ বস্তুৰ তলত অহা

ଉଦାହରଣ : শিলে লʼৰাটোৰ হাতখন চেপিলে

ଅର୍ଥ : ৰসাল বস্তু হেঁ্চা দি ্ তাৰ ৰস উলিওৱা কার্য

ଉଦାହରଣ : মায়ে আমৰ ৰস তৈয়াৰ কৰিবলৈ পকা আমবোৰ চেপিছে

ଅର୍ଥ : কোনো তল আদিৰে হেঁচি তলৰ ফাললৈ ঠেলি পঠিওৱা কাৰ্য

ଉଦାହରଣ : ৰাস্তা বনোৱাৰ সময়ত মাটি, শিল আদিক ৰোলাৰৰ সহায়ত চেপা হয়

ସମକକ୍ଷ : চেপি ধৰা

ଅର୍ଥ : গাড়ী আদিৰ তলত পৰি মৰি যোৱা

ଉଦାହରଣ : কুকুৰটোক ৰেলগাড়ীয়ে চেপিলে

ଅର୍ଥ : ভিজি থকা কোনো বস্তু পকাই বা হেঁ্চা দি ্ তাৰ পৰা তৰল পদার্থখিনি বাহিৰ কৰি দিয়া কার্য

ଉଦାହରଣ : তেওঁ ্ চাদৰখন চেপিছে

ସମକକ୍ଷ : আটি দিয়া

চেপা   বিশেষণ

ଅର୍ଥ : হেঁ্চা মাৰি চেপি বা আঁটি থোৱা

ଉଦାହରଣ : ৰঞ্জনাই চেপা কাপোৰখিনি শুকুৱাই আছে

ଅର୍ଥ : দীঘ আৰু প্রস্থত কম

ଉଦାହରଣ : দর্জীয়ে ব্লাউজটো বৰ ঠেক কৰি চিলাই দিলে আজিকালিৰ বেছিভাগ ডেকা-গাভৰুৱে সৰু কাপোৰ পিন্ধিবলৈ ভাল পায়

ସମକକ୍ଷ : ঠেক, সৰু