ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়
ଉଦାହରଣ : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়
ସମକକ୍ଷ : চূণ-শিল, বগা
ଅର୍ଥ : এবিধ শিলৰ গুড়ি, যাক বেৰত ৰং হিচাপে লগোৱা হয়
ଉଦାହରଣ : দেৱালীৰ উপলক্ষে শ্যামে ঘৰত চূণ লগাইছে
ସମକକ୍ଷ : চূণশিল
ସଂସ୍ଥାପନ କରନ୍ତୁ