ଅର୍ଥ : তৰল পদার্থ ্ভৰাবৰ কাৰণে কোনো জোঙা পাত্রৰ মুখত সুমুৱাই লোৱা উপকৰণ বিশেষ
ଉଦାହରଣ :
তেল যাতে তলত নপৰে তাৰ কাৰণে পাত্রটোৰ মুখত চুপি লগোৱা হʼল
ଅର୍ଥ : ধাতু, প্লাষ্টিক আদিৰে তৈয়াৰ কৰা শঙ্কু আকৃতিৰ এবিধ বস্তু যাৰ জোঙা অংশত এটা সৰু নলী থাকে
ଉଦାହରଣ :
দোকানীজনে চুপিটোৰে বটলত তেল ভৰাই আছে