ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চুঙা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চুঙা   বিশেষ্য

ଅର୍ଥ : গোল-দীঘলীয়া ফোঁপোলা বস্তু

ଉଦାହରଣ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে

ସମକକ୍ଷ : চুঙী, নল, নলা, নলিচা, নলী, পাইপ

ଅର୍ଥ : জুই ফুকিবলৈ ব্যৱহাৰ কৰা বাঁহ, লোহা আদিৰ নলী

ଉଦାହରଣ : চুঙাৰে ফুকি ফুকি চৌকাৰ জুইকুৰা জ্বলাই আছে

ସମକକ୍ଷ : চুঙি, জুই ফুকা চুঙা

ଅର୍ଥ : নলৰ আকাৰৰ কোনো বস্তু

ଉଦାହରଣ : জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়

ସମକକ୍ଷ : নলিচা