ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চীন দেশৰ নিবাসী
ଉଦାହରଣ : ভালেকেইজন চীনা মোৰ ভাল বন্ধু
ସମକକ୍ଷ : চীন নিবাসী, চীনবাসী
ଅର୍ଥ : চীন দেশৰ ভাষা
ଉଦାହରଣ : তেওঁ চীনা ভাষা কʼব পাৰে
ସମକକ୍ଷ : চীনা ভাষা
ଅର୍ଥ : যি লিপিৰ দ্বাৰ চীনা ভাষা লিখা হয়
ଉଦାହରଣ : চীনা লিপি চিত্র্্ধর্মী
ସମକକ୍ଷ : চীনা লিপি
ଅର୍ଥ : চীন দেশৰ বা চীন দেশ সম্বন্ধীয়
ଉଦାହରଣ : এইখন চীনা ৰেচমেৰে বনোৱা হৈছে
ସମକକ୍ଷ : চীনৰ
ଅର୍ଥ : চীন দেশত থকা বা বসতি কৰা
ଉଦାହରଣ : চীনা বৈজ্ঞানিকসকলৰ এটা দল কাইলৈ ইয়ালৈ আহিব
ଅର୍ଥ : চীনা ভাষাৰ সৈতে সম্বন্ধ থকা বা চীনা ভাষাৰ
ଉଦାହରଣ : সেই চীনা কিতাপখনৰ ওপৰত ড্রেগনৰ চিত্র আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ