ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়
ଉଦାହରଣ : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন
ସମକକ୍ଷ : চিন, নিচান, প্রতীক, সংকেত
ଅର୍ଥ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ
ଉଦାହରଣ : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে
ସମକକ୍ଷ : চাপ, চিন, নিচান
ଅର୍ଥ : স্মৃতি সজীৱ কৰি ৰাখিবলৈ দিয়া বা ৰখা কোনো বস্তু
ଉଦାହରଣ : এই ঘৰটো আমাৰ পূর্বপুৰুষৰ চিন
ସମକକ୍ଷ : চিন, স্মৃতিচিহ্ন
ସଂସ୍ଥାପନ କରନ୍ତୁ