ଅର୍ଥ : কোনো ফেক্টৰী, ভৱন আদিৰ ওপৰৰফালে ধোঁৱা ওলাবৰ কাৰণে সজা ছেদযুক্ত চিমনি বিশেষ
ଉଦାହରଣ :
ফেক্টৰীৰ চিমনিৰ পৰা ধোঁৱা ওলায় আছে
ଅର୍ଥ : বন্তিৰ চাৰিওফালে দিয়া স্বচ্ছ ঢাকনি বা আৱৰণ
ଉଦାହରଣ :
তেওঁ চিমনিৰ ছাই গুচাই আছে