ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চিন ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চিন   বিশেষ্য

ଅର୍ଥ : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

ଉଦାହରଣ : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

ସମକକ୍ଷ : চিহ্ন, নিচান, প্রতীক, সংকেত

ଅର୍ଥ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ

ଉଦାହରଣ : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে

ସମକକ୍ଷ : চাপ, চিহ্ন, নিচান

ଅର୍ଥ : কোনো বস্তুৰ ওপৰত চিহ্ন লগোৱা বা বনোৱা কার্য

ଉଦାହରଣ : তেওঁ কিতাপখনৰ গুৰুত্বপূর্ণ ্পাঠবোৰত চিন দিছে

ସମକକ୍ଷ : অংকন, মার্ক

ଅର୍ଥ : স্মৃতি সজীৱ কৰি ৰাখিবলৈ দিয়া বা ৰখা কোনো বস্তু

ଉଦାହରଣ : এই ঘৰটো আমাৰ পূর্বপুৰুষৰ চিন

ସମକକ୍ଷ : চিহ্ন, স্মৃতিচিহ্ন