ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চিধাকৈ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চিধাকৈ   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : চিধা আগৰফালে

ଉଦାହରଣ : পথত চলাচল কৰোতে চিধাকৈ চাব লাগে

ସମକକ୍ଷ : চিধাভাৱে, পোনকৈ, পোনভাৱে

ଅର୍ଥ : শিষ্ট ব্যৱহাৰেৰে বা ভালদৰে

ଉଦାହରଣ : তেওঁ ্মোৰ লগত কেতিয়াও চিধাকৈ কথা নাপাতে

ଅର୍ଥ : বিচলিত নোহোৱাকৈ

ଉଦାହରଣ : তুমি মোক পোনপটীয়াকৈ আৰু শুদ্ধকৈ কোৱা কি হʼল ?

ସମକକ୍ଷ : পোনপটীয়াকৈ

ଅର୍ଥ : মধ্যস্থতা নোহোৱাকৈ

ଉଦାହରଣ : মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো

ସମକକ୍ଷ : পোনপটীয়াকৈ, পোনে-পোনে