ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চিকোটা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চিকোটা   ক্ৰিয়া

ଅର୍ଥ : বুঢ়া আঙুলি আৰু ্ তর্জনী আঙুলিৰে কাৰোবাৰ শৰীৰৰ ছালত ধৰি ্ হেঁচি দিয়া

ଉଦାହରଣ : তেওঁ ্ মোক চিকুটি দিছে

ସମକକ୍ଷ : চিকুটি দিয়া

ଅର୍ଥ : দাঁত, নখ, ঠোট বা হাতুৰা আদিৰে কোনো বস্তু ফালি-চিৰি কিছু অংশ আঁজুৰি লোৱা

ଉଦାହରଣ : শগুণে মৃত জন্তুৰ মাংস খামুচি আছে

ସମକକ୍ଷ : আঁচোৰ মৰা, আঁচোৰা, খামুচা, খামোচ মৰা