ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যাক লাভৰ উদ্দেশ্যেৰে ফান্দত পেলোৱা হয়
ଉଦାହରଣ : আজি মই ভাল চিকাৰ ফান্দত পেলালো
ଅର୍ଥ : যি পশু-পক্ষীৰ চিকাৰ কৰা হয়
ଉଦାହରଣ : চিকাৰ আঘাতপ্রাপ্ত হৈ জোপোহাৰ পিছফালে লুকাই গʼল
ଅର୍ଥ : বনৰীয়া পশু-পক্ষীক মৰা কার্য
ଉଦାହରଣ : প্রাচীনকালত ৰজা-মহাৰজাই চিকাৰৰ কাৰণে জংঘললৈ গৈছিল
ସମକକ୍ଷ : মৃগয়া
ସଂସ୍ଥାପନ କରନ୍ତୁ