ଅର୍ଥ : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা
ଉଦାହରଣ :
শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে
ସମକକ୍ଷ : আচাৰ-ব্যৱহাৰ, গঢ়-গতি, ৰেহৰূপ
ଅର୍ଥ : কাৰোবাৰ ধৰণ-কৰণ বা তেওঁৰ ্ দ্বাৰা কৰা কামৰ আলেখ-লেখ
ଉଦାହରଣ :
আপুনি আপোনাৰ লʼৰাৰ গতিবিধিৰ প্রতি মন দিয়া উচিত
ସମକକ୍ଷ : কার্য-্কলাপ, কার্যকল্াপ, ক্রিয়া-কলাপ, ক্রিয়াকলাপ, গতি-গোত্র, গতি-বিধি, গতিবিধি, চালচলন, হাৱ-ভাৱ, ৰেহ-ৰূপ
ଅର୍ଥ : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ
ଉଦାହରଣ :
গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে
ସମକକ୍ଷ : ধৰণ-কৰণ
ଅର୍ଥ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
ଉଦାହରଣ :
সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
ସମକକ୍ଷ : আচাৰ, আচাৰ-আচৰণ, আচাৰ-ব্যৱহাৰ, আচৰণ, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র