ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ওপৰৰ ভাগ বেঙুনীয়া আৰু তলৰ ভাগ বগা কন্দৰ এবিধ পাচলি-গছ
ଉଦାହରଣ : সীতাই শাকনিৰ পৰা চালগোম উঘালিছে
ସମକକ୍ଷ : চালগোম গছ
ଅର୍ଥ : গাৰ ওপৰৰ ফালে পাতল বেঙুনীয়া আৰু তলৰ ফালে বগা ৰঙৰ এবিধ গোলাকাৰ কন্দ বা মূল
ଉଦାହରଣ : চালগোমেৰে তৰকাৰী আৰু চালাদ বনোৱা হয়
ସଂସ୍ଥାପନ କରନ୍ତୁ