ଅର୍ଥ : কুস্তিত বিপক্ষক হৰোৱাবৰ বাবে কামত লগোৱা বুদ্ধি
ଉଦାହରଣ :
তেওঁ একেটা চালতে শকত মল্লযোদ্ধাজনক চিৎ কৰি দিলে
ସମକକ୍ଷ : কৌশল
ଅର୍ଥ : খেৰজাতীয় বস্তুৰে ঘৰৰ ওপৰ অংশত দিয়া আচ্ছাদন!
ଉଦାହରଣ :
বৰষুণত ঘৰৰ চালৰ পৰা পানী পৰিবলৈ ধৰিলে
ସମକକ୍ଷ : চালি
ଅର୍ଥ : দবা, তাচ আদি খেলত পাত বা গুটি বাজি মাৰিবলৈ আগবঢ়োৱা কার্য
ଉଦାହରଣ :
চাল খেলাৰ এইবাৰ আপোনাৰ পাল
ସମକକ୍ଷ : বাজি