ଅର୍ଥ : খুলিব আৰু বন্ধ কৰিব পৰা তলাৰ লগত থকা এক উপকৰণ
ଉଦାହରଣ :
মোৰ তলাৰ চাবিটো হেৰাল
ସମକକ୍ଷ : চাবি-কাঠি, চাবি-কাঠী, ্ সঁচ্াৰ-কাঠী
ଅର୍ଥ : এনেকুৱা এক প্রকাৰৰ যতন যিটো ঘূৰালে, হেঁচি ধৰিলেহে কোনো কাম আৰম্ভ হয়
ଉଦାହରଣ :
তেওঁ মেচিনটো চলাবৰ কাৰণে চাবি টিপিলে
ସମକକ୍ଷ : চুইচ