ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : হাতৰ তলুৱাৰে কৰা আঘাত
ଉଦାହରଣ : সি মোক এক চৰ মাৰিলে
ସମକକ୍ଷ : কৰতলাঘাত, চপেটাঘাত, চৰ, থাপ্পৰ, থাপৰ
ଅର୍ଥ : যিটো বেছি ওপৰলৈকে নাই
ଉଦାହରଣ : লʼৰাহঁতে চাপৰ দেৱালখন জপিয়াই পাৰ হৈ গৈছে
ଅର୍ଥ : যাৰ তলতকৈ তাৰ ওচৰে-পাজৰে থকা তল ওখ বা যি অলপ তলত বা গভীৰত
ଉଦାହରଣ : এভাৰেষ্টৰ তুলনাত নন্দা দেৱী চাপৰ পর্বত
ସମକକ୍ଷ : অনুচ্চ, চাফৰ, চুটি-চাপৰ, চুটি-মুটি, নিম্ন, সৰু
ସଂସ୍ଥାପନ କରନ୍ତୁ