ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চাপ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চাপ   বিশেষ্য

ଅର୍ଥ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ

ଉଦାହରଣ : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে

ସମକକ୍ଷ : চিন, চিহ্ন, নিচান

ଅର୍ଥ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি

ଉଦାହରଣ : পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল

ସମକକ୍ଷ : শক্তি

ଅର୍ଥ : একক কালিৰ ওপৰত প্রয়োগ কৰা বল

ଉଦାହରଣ : বায়ুমণ্ডলৰ চাপ জোখিবৰ বাবে চাপমান যন্ত্রৰ প্রয়োগ কৰা হয়