ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চহোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চহোৱা   বিশেষ্য

ଅର୍ଥ : মাটি চহ কৰা বা কুৰিওৱা কাৰ্য বা ভাব

ଉଦାହରଣ : বীজ সিঁচাৰ আগেয়ে খেতিপথাৰত কুৰিওৱা হয়

ସମକକ୍ଷ : কুৰিওৱা

চহোৱা   ক্ৰিয়া

ଅର୍ଥ : খেতিৰ মাটিত হাল চলোৱা

ଉଦାହରଣ : খেতিয়কে নিজৰ খেতি পথাৰত হাল বাইছে

ସମକକ୍ଷ : হাল বোৱা

ଅର୍ଥ : খেতিপথাৰ আদি চহ কৰা

ଉଦାହରଣ : এক একৰ খেতিপথাৰ চহোৱা হʼল

ସମକକ୍ଷ : চহ কৰা

ଅର୍ଥ : মাটি খান্দি ওলট-পালট কৰি দিয়া কার্য

ଉଦାହରଣ : মাটি কোমল আৰু খেতি উপযোগী কৰিবৰ কাৰণে পথাৰত চহ কৰা হয়

ସମକକ୍ଷ : কুৰিওৱা, চহ কৰা