ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চলা   ক্ৰিয়া

ଅର୍ଥ : গতিত থকা

ଉଦାହରଣ : গাঁৱত এতিয়াও ৰামায়ণ পাঠ চলি আছে

ସମକକ୍ଷ : অব্যাহত থকা

ଅର୍ଥ : আচৰণ বা ব্যৱহাৰ আদিত প্রয়োগ কৰিবৰ কাৰণে কৰা আশানুৰূপ কাম

ଉଦାହରଣ : মোৰ দহ-বছৰ পুৰণি গাড়ীখন আজিও চলি আছে

ସମକକ୍ଷ : কাম কৰা, চলি থকা

ଅର୍ଥ : ভালদৰে কাম চলাব পৰাৰ যোগ্য হোৱা

ଉଦାହରଣ : তেওঁৰ ব্যৱসায় চলি আছে

ସମକକ୍ଷ : চলি থকা

ଅର୍ଥ : লাঠী আদিৰ প্রয়োগ বা প্রহাৰ হোৱা

ଉଦାହରଣ : আজি বাৱতৰ বস্তিত লাঠী চলিল

ଅର୍ଥ : মিহি কাপোৰ বা চালনি আদিৰে কোনো গুড়ি বা বীজ আদি সৰকোৱা কার্য, ্ যʼত কাপোৰ বা চালনিৰ ওপৰত কুটা বা ডাঙৰ অংশ ৰৈ যায়

ଉଦାହରଣ : তেওঁ ্ আটাখিনি লদা কৰাৰ আগতে চালি লʼলে আইতাই ঘেঁহু্ চালি আছে

ସମକକ୍ଷ : চালি লোৱা

ଅର୍ଥ : আহাৰ খোৱাৰ সময় বা খোৱাৰ পিছতো আৰু খাব পৰা

ଉଦାହରଣ : এনেয়ে মই খাই আহিছোঁ তথাপিও মিঠাইটো চলিব মোৰ পেট ভৰি গʼল, আৰু একো নচলিব

ଅର୍ଥ : সম্বন্ধ, ব্যৱহাৰ আদি ভালদৰে চলি থকা

ଉଦାହରଣ : চোৱাযাওক, মিছাৰ আধাৰত গঢ় লোৱা এই সম্পর্ক কিমান দিন চলে

ଅର୍ଥ : কোনো বস্তু আদিৰ প্রচলনত অহা

ଉଦାହରଣ : টোগলকৰ শাসনকালত তেওঁৰ ্নামত মুদ্রা চলিছিল

ସମକକ୍ଷ : প্রচলিত হোৱা

ଅର୍ଥ : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া

ଉଦାହରଣ : ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে

ସମକକ୍ଷ : টিকা

ଅର୍ଥ : প্রভুত্ব বিস্তাৰ কৰা কার্য

ଉଦାହରଣ : গাঁৱত তেওঁৰ বহুত চলে