ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি চলি আছে বা যাক চলাই থকা হৈছে
ଉଦାହରଣ : এতিয়া আমি এই চালিত যন্ত্রটো বন্ধ কৰা উচিত
ସମକକ୍ଷ : চলন্ত, চালিত, পৰিচালিত
ଅର୍ଥ : যাৰ গতি আছে বা যি চলিব পাৰে
ଉଦାହରଣ : যন্ত্র গতিশীল অৱস্থাত আছে
ସମକକ୍ଷ : অস্থবিৰ, গতিপূর্ণ, গতিমান, গতিশীল, গমনশীল, গমনৰত, চলনশীল, চলিষ্ণু, চালু, চৰিষ্ণু, জঙ্গম, সঞ্চৰণমান, সঞ্চৰণশীল
ଅର୍ଥ : যাৰ পৰা কোনো প্রকাৰে কাম চলাব পৰা যায়
ଉଦାହରଣ : এই যন্ত্রটো মই চলমান কৰি তুলিলোঁ
ସମକକ୍ଷ : কাম-চালু
ଅର୍ଥ : যাক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পাৰি
ଉଦାହରଣ : গহনা, কাপোৰ আদি জংগম সম্পত্তি
ସମକକ୍ଷ : জংগম, জঙ্গম
ସଂସ୍ଥାପନ କରନ୍ତୁ