ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ চর্ম ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

চর্ম   বিশেষ্য

ଅର୍ଥ : জীৱ-জন্তুৰ শৰীৰত পোৱা নোমযুক্ত আৱৰণ

ଉଦାହରଣ : চর্মৰ ব্যৱহাৰ কাপোৰ, টুপী, কোট আদি বনোৱাত ব্যৱহাৰ কৰা হয়

ସମକକ୍ଷ : ্চামৰা, ্নোমাল ছাল, ৰোমশশ্চর্ম

ଅର୍ଥ : পঞ্চ ইন্দ্রিয়ৰ ্ অন্তর্গত সমগ্র শৰীৰৰ এক বহিঃঅংগ ..???

ଉଦାହରଣ : শীতকালত ছালৰ বিশেষ যতন লোৱা উচিত

ସମକକ୍ଷ : ছাল, ত্বক ্ চাম

ଅର୍ଥ : মৃত পশুৰ চেলোৱা ছাল, যিহেৰে জোতা আদি তৈয়াৰ কৰা হয়

ଉଦାହରଣ : তেওঁ ্ চামৰাৰ কাম কৰে

ସମକକ୍ଷ : চামৰা, ছাল, ্ লেডাৰ

চর্ম   বিশেষণ

ଅର୍ଥ : যিটো ছালৰ সৈতে সম্বন্ধিত

ଉଦାହରଣ : তেওঁ এজন চর্মৰোগ বিশেষজ্ঞ

ସମକକ୍ଷ : ্ছাল