ଅର୍ଥ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
ଉଦାହରଣ :
মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
ସମକକ୍ଷ : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা
ଅର୍ଥ : কোনো কাম আদিৰ দায়িত্ব লোৱা
ଉଦାହରଣ :
নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়
ଅର୍ଥ : ৰোধ কৰি বশত অনা
ଉଦାହରଣ :
দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ
ଅର୍ଥ : কোনো মনোবেগক বাধা দিয়া
ଉଦାହରଣ :
জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক
ଅର୍ଥ : কোনো বস্তু ভালে আছে নে নাই চোৱা
ଉଦାହରଣ :
নিজৰ কাপোৰ চম্ভালা