ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি লোক খুউব ধূর্ত
ଉଦାହରଣ : তোমাৰ দৰে টেঙৰৰ পৰা দূৰত থকাই ভাল
ସମକକ୍ଷ : চালাক-চতুৰ, টেঙৰ, ধূর্ত, ধূর্ত্ত, ্চালাক
ଅର୍ଥ : চতুৰতাৰে কাম কৰোঁতাজন
ଉଦାହରଣ : চতুৰ পুলিচ বিষয়াজনে অপৰাধীৰ এটা দলক ধৰিলে
ସମକକ୍ଷ : টেঙৰ, তিমক, শিয়ান
ଅର୍ଥ : ঠগ-প্রৱঞ্চনা কৰোঁতা
ଉଦାହରଣ : মোহন এজন প্রৱঞ্চক লোক , তেওঁৰ ্ পৰা সাৱধানে থাকিবা
ସମକକ୍ଷ : কু-চক্রী, কূটিল, চক্রী, ছলাহী, তঞ্চকী, দুৰাশয়, ধূর্ত্ত, প্রতাৰক, প্রৱঞ্চক, বঞ্চক, ভণ্ড, শলাল
ସଂସ୍ଥାପନ କରନ୍ତୁ